Search Results
ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটীত উপস্থিত হোৱা যাত্ৰী তেজপুৰলৈ কঢিয়াই নিয়া বাছ নিশা দুৰ্ঘটনাগ্ৰস্ত।
একেদিনাই গুৱাহাটীত উপস্থিত হয় দুখনকৈ ৰে’ল। দুয়োখন ৰে’লৰ পৰা গুৱাহাটীত নামিছে ৪৫০ জন যাত্ৰী।
INTER DISTRICT BUS SERVICES TO RESUME FROM SEPTEMBER 1 !
নগাওঁ অসামৰিক চিকিৎসালয়ৰ পৰা ভৰিত গুলী লগা অৱস্থাৰে পলায়ন কৰা কুখ্যাত ড্ৰাগছ বেপাৰী পুনৰ কৰায়ত্ত।
লকডাউনৰ বাবে গুৱাহাটী এৰি নিজ গৃহলৈ উভতিছে একাংশ। যাত্ৰীৰ পৰা অধিক ভাৰা আদায় লোৱাৰ অভিযোগ।
কুমাৰপাৰা কণ্টেইনমেণ্ট এলেকাত অস্থায়ীভাৱে তম্বু টানি অৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে দি আছে পহৰা।
আজি চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে গাইড লাইন ঘোষণা কৰিব। সাধাৰণ ৰাইজে কি কি শিথিলতা বিচাৰে?
যাত্ৰীৰ হাৰাশাস্তি নহ'বলৈ ASTCৰ ১০০ খন বাছ চলি আছে গুৱাহাটীত । Bharat Bandh Updates
কণ্টেইনমেণ্ট এলেকাত ৰচী লগাই তলৰ পৰা দ্বিতীয় মহলালৈ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে আৰক্ষী-প্ৰশাসনে।
আন্তঃজিলা যাতায়াত : গুৱাহাটীৰ পল্টনবজাৰ, ISBT, মাছখোৱা আৰু আদাবাৰীত ASTCৰ বাছ পইণ্টৰ ব্যৱস্থা।
এজন কোভিড আক্ৰান্তৰ এটা ভাইৰেল অডিঅ' আৰু কিছু অভিযোগ। এই অভিযোগক লৈ কি কলে কোভিড ৱাৰ্ডৰ চিকিৎসকে?
বিৰল অভিজ্ঞতাৰ বৰ্ণনা দি ৰাইজক আতংকিত নহ’বলৈ আহ্বান নৱপ্ৰজন্মৰ এগৰাকী চিকিৎসকৰ